Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
Example : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
Synonyms : আগ, শিখা
Meaning : যি আগফালৰ বা সন্মুখ ফালৰ
Example : এই বাহনখনৰ অগ্রভাগ ভাঙিল
Synonyms : অগ্রিম, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
Install App