Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অগ্ন্যাশয় from অসমীয়া dictionary with examples, synonyms and antonyms.

অগ্ন্যাশয়   বিশেষ্য

Meaning : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ

Example : অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়

Meaning : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়

Example : অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে

Synonyms : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি