Meaning : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
Example :
হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
Synonyms : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
Meaning : জুইৰ আগ
Example :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
Synonyms : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা