Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন সফল হোৱা নাই
Example : মই দৌৰ প্রতিযোগিতাত প্রথম স্থান পোৱাত বিফল ্হʼলোঁ
Synonyms : অকৃতকার্য্য, অকৃতার্থ, অকৃতী, অসফল, নিষ্ফল, বিফল, ব্যর্থ
Meaning : যিজন পৰীক্ষাত উত্তী্র্ণ ্হোৱা নাই
Example : ৰোহনে পৰীক্ষাত ফেইল কৰিলে ৰোহন পৰীক্ষাত অনুত্তী্র্ণ হʼল
Synonyms : অনুত্তী্র্ণ, অসফল, ফেইল
Meaning : যি কোনো কর্ম ্বা কার্যত সফল হʼব পৰা নাই
Example : অসফল ব্যক্তিজনক কাম কৰিবলৈ পুনৰ এটা সুযোগ দিয়া হওক
Synonyms : অকৃতার্থ, অসফল
Install App