Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত শ্লীলতা নাই
Example : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
Synonyms : অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য, কুৎসিত
Meaning : যিটো কথনীয় নহয়
Example : মোৰ কিছুমান অনুভৱ অকথনীয়
Synonyms : অকথনীয়, অনুচ্চাৰণীয়, অপ্রকাশ্য, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
Install App