Subscribe
URL of the page has been copied to clipboard.
Meaning : সমষ্টি বা সমূহৰ কোনো অংশ
Example : ইয়াৰ মাজ ভাগ কিছু শকত
Synonyms : ভাগ
Meaning : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
Example : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
Synonyms : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
Meaning : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
Example : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
Meaning : যন্ত্র আদিৰ কোনো অংগ বা অংশ
Example : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
Synonyms : পার্ট, যন্ত্রাংশ
Meaning : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
Example : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
Synonyms : দিশ, পক্ষ, বিভাগ
Meaning : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
Example : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
Meaning : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
Example : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
Synonyms : দিশ, ফাল
Install App