Meaning : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
Example :
কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
Synonyms : অংগচ্ছেদ, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
Meaning : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
Example :
শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
Synonyms : অংগচ্ছেদ