Meaning : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
Example :
অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
Synonyms : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
Meaning : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
Example :
এই সংস্থাৰ পাঁচটা অংগ আছে
Synonyms : শাখা