Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অংক from অসমীয়া dictionary with examples, synonyms and antonyms.

অংক   বিশেষ্য

Meaning : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

Example : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

Synonyms : সংখ্যা

Meaning : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

Example : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

Synonyms : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

Meaning : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

Example : তেওঁ গণিতত বৰ চোকা

Synonyms : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

Meaning : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

Example : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

Synonyms : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

Meaning : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

Example :

Synonyms : দৃশ্য, নাট্যাংক, নাট্যাংশ

Meaning : শূন্যৰ পৰা নলৈকে সংখ্যা

Example : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

Synonyms : অঙ্ক

Meaning : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

Example : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

Synonyms : অঙ্ক, নম্বৰ

Meaning : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

Example : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

Synonyms : খণ্ড, নম্বৰ, সংখ্যা

Meaning : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

Example : এক কোটি বহুত ডাঙৰ সংখ্যা

Synonyms : অঙ্ক, সংখ্যা, ৰাশি

Meaning : সংখ্যাৰ চিহ্ন

Example : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

Synonyms : অঙ্ক, সংখ্যা

Meaning : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

Example :

Synonyms : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ