নটী (বিশেষ্য)
ধন লৈ সম্ভোগ কৰোৱা নাৰী
ৰতিবিহ্বল (বিশেষণ)
যাৰ কামবাসনা বহুত
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
পলে পলে (ক্ৰিয়া বিশেষণ)
প্রতি পল
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
গালি (বিশেষ্য)
গালি পৰা কার্য ্বা ভাব
থক-থক (বিশেষ্য)
টোকৰ বা খুন্দিওৱাৰ ফলত উৎপন্ন হোৱা শব্দ
নীলকণ্ঠ (বিশেষ্য)
এজন সৃষ্টিনাশক হিন্দু দেৱতা
ঘন জংঘল (বিশেষ্য)
যি জংঘল বহুত ডাঠ বা ঘন
পাদুকা (বিশেষ্য)
সুৰক্ষাৰ কাৰণে ভৰিত পিন্ধা চামৰা, কাপোৰ আদিৰে তৈয়াৰ কৰা গোটেইকেইটা আঙুলি ঢাকি ৰখা এবিধ সামগ্রী